അർത്ഥം : পানীৰ ধাৰাত এৰি দিয়া
ഉദാഹരണം :
হিন্দুসকলে মৃতকৰ অস্থি নদীত বোৱাই দিয়ে
പര്യായപദങ്ങൾ : বোৱাই দিয়া
അർത്ഥം : দ্রৱ পদার্থক তলৰপিনে বৈ যোৱাত প্রবৃত্ত কৰা
ഉദാഹരണം :
লʼৰাটোৱে টেংকীত গোটখাই থকা পানীখিনি বোৱাই দিলে
പര്യായപദങ്ങൾ : বোৱাই দিয়া