അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
ഉദാഹരണം : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
പര്യായപദങ്ങൾ : ঠগ, প্রবঞ্চক
അർത്ഥം : ঠগ-প্রৱঞ্চনা কৰোঁতা
ഉദാഹരണം : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
പര്യായപദങ്ങൾ : কু-চক্রী, কূটিল, চক্রী, চতুৰ, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, বঞ্চক, ভণ্ড, শলাল
അർത്ഥം : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
ഉദാഹരണം : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
പര്യായപദങ്ങൾ : ঠগ, ধূর্ত, প্রতাৰক, ্ছলনাকাৰী
ഇൻസ്റ്റാൾ ചെയ്യുക