അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
ഉദാഹരണം : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
പര്യായപദങ്ങൾ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, মতলব, লক্ষ্য, হেতু
അർത്ഥം : আৱশ্যক হোৱা অৱস্থা বা ভাব
ഉദാഹരണം : এই পদবীৰ কাৰণে দৰকাৰতকৈ বেছি আবেদন পত্র আহিছে এই কামটো কৰিবৰ কাৰণে মোক তোমাৰ প্রয়োজন নাই
പര്യായപദങ്ങൾ : আৱশ্যকতা, দৰকাৰ
അർത്ഥം : যিহৰ প্রয়োজনীয়তা আছে
ഉദാഹരണം : তেওঁ ্ কোনো দৰকাৰী কামৰ বাবে চহৰলৈ গৈছে
പര്യായപദങ്ങൾ : আৱশ্যক, জৰুৰত, জৰুৰী, দৰকাৰী, ্দর্কাৰী
ഇൻസ്റ്റാൾ ചെയ്യുക