അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো সময় বা ঘটনা আদিৰ আৰম্ভণিৰ সময়
ഉദാഹരണം : তেওঁ অনুষ্ঠানটোৰ প্রাৰম্ভিক প্রস্তুতিৰ কামত লাগি আছে
പര്യായപദങ്ങൾ : আৰম্ভিক, প্রাথমিক
അർത്ഥം : যাৰ আৰম্ভ হৈছে বা যি চলি আছে
ഉദാഹരണം : কিছুমান অসুবিধাৰ কাৰণে আৰম্ভ কৰা কামটো মাজতে বন্ধ কৰিব লগা হʼল
പര്യായപദങ്ങൾ : আৰম্ভ কৰা-, আৰম্ভক, আৰম্ভকাৰী, আৰম্ভণী, আৰম্ভণীয়
ഇൻസ്റ്റാൾ ചെയ്യുക