അർത്ഥം : কোনো মূলানুগত সত্যৰ আধাৰত প্রমাণিত কৰিবৰ কাৰণে লোৱা সিদ্ধান্ত
ഉദാഹരണം :
তেওঁৰ গৱেষণা কর্মৰ সৈতে সম্বন্ধিত ১২০টা প্রমেয় আছে
അർത്ഥം : যি প্রমাণৰ বিষয় হʼব পাৰে
ഉദാഹരണം :
প্রমেয় বস্তুবোৰক সযতনে ৰখাটো আৱশ্যকীয়
അർത്ഥം : যি জুখিব পাৰি
ഉദാഹരണം :
তেওঁ প্রমেয় পদার্থৰ সূচী তৈয়াৰ কৰিলে
അർത്ഥം : যি সিদ্ধ কৰিব লাগে
ഉദാഹരണം :
গণিতজ্ঞই প্রমেয় সূত্রবোৰ বুজালে