അർത്ഥം : যাৰ সত্যাসত্য নিৰূপণ কৰা হৈছে
ഉദാഹരണം :
আবেদন পত্রৰ লগত চৰিত্রৰ প্রমাণিত প্রতিলিপি এখন সংলগ্ন কৰক
അർത്ഥം : যাৰ বিষয়ে সকলো ঠিকে আছে বুলি মানি লোৱা হয়
ഉദാഹരണം :
এইখিনি প্রামাণিক বীজ তহচিলদাৰ পৰা তেওঁ নিজ গৃহৰ প্রমাণ-পত্র প্রমাণিত কৰিলে
പര്യായപദങ്ങൾ : প্রামাণিক
അർത്ഥം : তর্ক ্বা প্রমাণেৰে সঠিক বুলি মানি লোৱা
ഉദാഹരണം :
ৰামে নিজে নিজকে নির্দোষ বুলি প্রমাণিত কৰিবৰ কাৰণে বহুত কষ্ট কৰিলে
പര്യായപദങ്ങൾ : সিদ্ধ