അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য
ഉദാഹരണം : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে
പര്യായപദങ്ങൾ : উপস্থাপন, নিৰূপণ, প্রতিপাদন
അർത്ഥം : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা
ഉദാഹരണം : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে
പര്യായപദങ്ങൾ : পৰীক্ষণ কৰা, পৰীক্ষা কৰা
ഇൻസ്റ്റാൾ ചെയ്യുക