അർത്ഥം : যʼত প্রভাৱ থাকে
ഉദാഹരണം :
তেওঁ ্প্রভাৱশালী কন্ঠেৰে এই কামটো আজিয়েই হʼব লাগিব বুলি কʼলে
പര്യായപദങ്ങൾ : শক্তিশালী
അർത്ഥം : নিজৰ কাম বা প্রভাৱ দেখুৱাওতা
ഉദാഹരണം :
এইটো চর্দি-কাহৰ প্রভাৱকাৰী ঔষধ
പര്യായപദങ്ങൾ : প্রভাৱকাৰী, প্রমাণী
അർത്ഥം : কিহবাৰ ওপৰত যি প্রভাৱ বিস্তাৰ কৰে
ഉദാഹരണം :
চহৰ আৰু গাঁৱত প্রৱল ৰাজনীতিয়ে হিংসাক প্রৰোচিত কৰিছে
പര്യായപദങ്ങൾ : প্রৱল
അർത്ഥം : প্রভাৱ বা প্রতিক্রিয়া দিওঁতা
ഉദാഹരണം :
এই ঔষধ বৰ প্রভাৱশালী এই দৰব বৰ প্রতিক্রিয়াশীল
പര്യായപദങ്ങൾ : প্রতিক্রিয়াশীল