അർത്ഥം : যিজনে বিদেশত গৈ বসবাস কৰিছে
ഉദാഹരണം :
ভাৰত চৰকাৰে কিছুমান প্রবাসীক ভাৰতীয় নাগৰিকত্ব প্রদান কৰিছে
അർത്ഥം : বিদেশত গৈ বসবাস কৰা বা থকা
ഉദാഹരണം :
কিছুমান প্রবাসী লোকে নিজ দেশ তথা পৰিয়ালৰ লোকক লগ পাবৰ কাৰণে ব্যাকুল হৈ থাকে