അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল
ഉദാഹരണം : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল
പര്യായപദങ്ങൾ : ৰাজ্য
അർത്ഥം : কোনো প্রদেশত বসবাস কৰা লোক
ഉദാഹരണം : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে
പര്യായപദങ്ങൾ : প্রান্ত, ৰাজ্য
അർത്ഥം : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র
ഉദാഹരണം : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে
പര്യായപദങ്ങൾ : দেশ, প্রান্তৰ, ৰাজ্য
അർത്ഥം : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ഉദാഹരണം : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
പര്യായപദങ്ങൾ : ক্ষেত্র, জেগা, ঠাই, থল, থান, ভূমি, স্থল, স্থান
അർത്ഥം : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???
ഉദാഹരണം : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে
ഇൻസ്റ്റാൾ ചെയ്യുക