അർത്ഥം : পুনৰ অহা বা ঘূৰি অহা কার্য
ഉദാഹരണം :
প্রত্যাৱর্তনৰ সময়ত আমি বাৰাণসী হৈ আহিম
അർത്ഥം : উভতি অহা কার্য ্বা ভাব
ഉദാഹരണം :
আজি শ্যাম গাঁৱৰ পৰা ঘূৰি অহা সম্ভৱ নহʼব
പര്യായപദങ്ങൾ : উভতি অহা, ঘূৰি অহা, প্রত্যাগমন, ফিৰি অহা
അർത്ഥം : পুনৰাই অহা বা দ্বিতীয়বাৰ অহা কার্য
ഉദാഹരണം :
অতিথিৰ পুনৰাগমনত গৃহস্থ হতবাক হʼল
പര്യായപദങ്ങൾ : পুনৰাগমন, প্রত্যাগমন