അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
ഉദാഹരണം : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
പര്യായപദങ്ങൾ : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
അർത്ഥം : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
ഉദാഹരണം : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
പര്യായപദങ്ങൾ : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
അർത്ഥം : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
ഉദാഹരണം : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
അർത്ഥം : সামান্য মিল থকা
ഉദാഹരണം : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
പര്യായപദങ്ങൾ : আভা, আভাস
ഇൻസ്റ്റാൾ ചെയ്യുക