അർത്ഥം : যিজনে কাৰোবাৰ প্রতীক্ষা কৰে
ഉദാഹരണം :
প্রতীক্ষক সকলে দুঘণ্টা ধৰি নেতাজীৰ অপেক্ষা কৰিলে
പര്യായപദങ്ങൾ : অপেক্ষক
അർത്ഥം : প্রতীক্ষা কৰোতা
ഉദാഹരണം :
প্রতীক্ষাৰত ব্যক্তিজনে এঘণ্টা আপোনাৰ প্রতীক্ষা কৰি গুচি গʼল
പര്യായപദങ്ങൾ : অপেক্ষাৰত, প্রতীক্ষাৰত