അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো লুকুওৱা যোগ্য
ഉദാഹരണം : এইটো গোপনীয় কথা, ৰামুক নকʼবা
പര്യായപദങ്ങൾ : অপ্রকট্য, অপ্রকাশ্য, গুপ্ত, গোপনীয়, গোপ্য, চাপাচী, লুক্কায়িত
അർത്ഥം : যিটো লুকুৱাই থোৱা হৈছে
ഉദാഹരണം : তেওঁ এই বিষয়ৰ লগত সম্বন্ধিত এটা গোপনীয় কথা কʼলে
പര്യായപദങ്ങൾ : অজ্ঞাত, অপ্রকাশ্য, গুপ্ত, গুহ্য, গোপন, গোপনীয়, চাপাচী, নিগূঢ়, লুক্কায়িত
അർത്ഥം : লুকাই থকা বা ঢাকি থোৱা
ഉദാഹരണം : আচ্ছাদিত ঘৰটোৰ প্রতিটো কোণত ভুমুকি মৰা হৈছে
പര്യായപദങ്ങൾ : আচ্ছাদিত, আবৃত
അർത്ഥം : যাক কোনো বস্তু আদিৰে ঢাকি থোৱা হৈছে
ഉദാഹരണം : লʼৰাটোৱে মেঘেৰে ঢকা আকাশখন চাই আছিল
പര്യായപദങ്ങൾ : আচ্ছন্ন, আচ্ছাদিত, আবৃত, ঢকা-, প্রচ্ছাদিত আৱৰা-, সমাচ্ছন্ন
ഇൻസ്റ്റാൾ ചെയ്യുക