പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള প্রচাৰক എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

প্রচাৰক   বিশেষ্য

അർത്ഥം : কোনো সিদ্ধান্ত, মত বা বিচাৰক সংগঠিত ৰূপত প্রচাৰ কৰা ব্যক্তি

ഉദാഹരണം : নি্র্বাচনৰ আগতে প্রচাৰকে গাঁৱৰ পৰিদর্শন কৰিছে

അർത്ഥം : কোনো কাম, বস্তু আদিৰ প্রচাৰ কৰোতা ব্যক্তি

ഉദാഹരണം : কেইটামান অসামাজিক সংগঠনে এটা বিশেষ দলৰ সৈতে জড়িত থকা প্রচাৰকৰ ওপৰত আক্রমণ কৰিলে

প্রচাৰক   বিশেষণ

അർത്ഥം : ঘোষণা কৰোতা

ഉദാഹരണം : আমি দুঃখিত যে ঘোষক ব্যক্তিৰ অনুপস্থিতিৰ কাৰণে সন্মিলনখনি সময়মতে আৰম্ভ কৰিব পৰা নগʼল

പര്യായപദങ്ങൾ : ঘোষক

അർത്ഥം : প্রচাৰ কৰোতা

ഉദാഹരണം : এজন প্রচাৰক নেতাই গাঁৱে-গাঁৱে ঘূৰি নিজৰ দলৰ প্রচাৰ কৰি আছে