അർത്ഥം : পিছৰ ফালে জোৰা লগোৱা, ওপৰ বা বাহিৰৰ পৰা আনি মিলোৱা
ഉദാഹരണം :
তুকাৰামৰ গাথাত কিছুমান প্রক্ষিপ্ত ৰচনা আছে
അർത്ഥം : যাৰ প্রক্ষেপণ কৰা হৈছে
ഉദാഹരണം :
প্রক্ষেপিত উপগ্রহটোৰ পৰা এতিয়া সংকেত পোৱা গৈছে
പര്യായപദങ്ങൾ : প্রক্ষেপিত