അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সদায় আচৰণ কৰি লাভ কৰা এক ব্যৱহাৰিক নিয়ম:তেওঁ পুৱা সদায় সোনকালে উঠা অভ্যাস
ഉദാഹരണം :
പര്യായപദങ്ങൾ : অভ্যাস, আত্মভাব, গুণ, চৰিত্র, ধর্ম, ধাত, প্রবণতা, প্রবৃতি, প্রবৃত্তি, স্বভাৱ, স্বৰূপ
അർത്ഥം : বিভিন্ন ৰূপাত্মক জগতৰ বিকাশ সাধন কৰা সেই মূল শক্তি যাৰ ৰূপ দৃশ্য ৰূপত দেখা যায়
ഉദാഹരണം : গছ কটাৰ কাৰণে প্রকৃতিৰ সন্তুলনত বিকাৰ ঘটিছে
പര്യായപദങ്ങൾ : নি্সর্গ
അർത്ഥം : গছ-গছনি, পশু-পক্ষী, ্ পর্বত-্পাহাৰ আদিৰে ভৰি থকা প্রাকৃতিক দৃশ্যৰ পৃথিৱী
ഉദാഹരണം : প্রকৃতিক অখণ্ড ৰূপত ৰাখিবৰ কাৰণে মজবুট পদক্ষেপ লোৱা উচিত
പര്യായപദങ്ങൾ : নি্সর্গ, ্বাহ্যজগত
അർത്ഥം : বস্তু বা ব্যক্তিৰ নিজস্ব গুণ বা ধর্ম
ഉദാഹരണം : তেওঁ ্ লাজুক স্বভাৱৰ
പര്യായപദങ്ങൾ : চৰিত্র, মেজাজ, স্বভাৱ, স্বৰূপ
ഇൻസ്റ്റാൾ ചെയ്യുക