അർത്ഥം : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে
ഉദാഹരണം :
চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়
പര്യായപദങ്ങൾ : আলোকিত
അർത്ഥം : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে
ഉദാഹരണം :
শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে
അർത്ഥം : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে
ഉദാഹരണം :
কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে
പര്യായപദങ്ങൾ : আৱিভূত, প্রকটিত, প্রস্ফূটিত
അർത്ഥം : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে
ഉദാഹരണം :
প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা
പര്യായപദങ്ങൾ : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত