അർത്ഥം : কোনো কথা আদি ব্যক্ত কৰা কার্য
ഉദാഹരണം :
তেওঁ নিজৰ বিচাৰধাৰাক প্রকাশ কৰিলে
പര്യായപദങ്ങൾ : অভিব্যক্ত কৰা, অভিব্যক্তি কৰা, প্রকট কৰা
അർത്ഥം : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
ഉദാഹരണം :
তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
പര്യായപദങ്ങൾ : ব্যক্ত কৰা