അർത്ഥം : কাৰোবাৰ পুত্র বা কন্যা
ഉദാഹരണം :
মাক-দেউতাকৰ সেৱা কৰাটো সকলো সন্তানৰে পৱিত্র ্কর্তব্য
പര്യായപദങ്ങൾ : অপত্য, ছা-ছলি, ছানা-পোণা, ছাহা-বাহা, ছাৱ-পুতাই, পুত্র-কন্যা, পো-জী, পো-পোৱালি, বেটা-বেটী, লʼৰা-ছোৱালী, লʼৰা-দামুৰি, লʼৰা-লুৰি, শাৱক, সতি-সন্ততি, সন্তান
അർത്ഥം : কোনো জীৱ-জন্তুৰ পোৱালি
ഉദാഹരണം :
কুকুৰজনীয়ে নিজৰ পোৱালিকেইটাক গাখীৰ খুৱাই আছে
അർത്ഥം : ছাগলী বা ভেড়া ছাগলীৰ পোৱালি
ഉദാഹരണം :
কালি ৰাতি শিয়ালে এটা ছাগলী পোৱালি লৈ গʼল
പര്യായപദങ്ങൾ : ছাগলী পোৱালি
അർത്ഥം : কুকুৰৰ পোৱালি
ഉദാഹരണം :
কুকুৰজনীয়ে নিজৰ পোৱালিটোক গাখীৰ খুৱাই আছে
പര്യായപദങ്ങൾ : কুকুৰ-পোৱালি, পোৱালি কুকুৰ