പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পোৱা   বিশেষ্য

അർത്ഥം : কোনো বস্তুৰ চাৰিভাগৰ এভাগ

ഉദാഹരണം : ইয়াৰ ওজন এপোৱা

പര്യായപദങ്ങൾ : এক চতুর্থাংশ, এপোৱা, পঁচিশ শতাংশ, ২৫ শতাংশ

পোৱা   ক্ৰিয়া

അർത്ഥം : সমান অৱস্থাত উপনীত হোৱা অৱস্থা

ഉദാഹരണം : তুমি নিজৰ ককাইদেউৰ বিদ্বানতা কেতিয়াও নোপোৱা

അർത്ഥം : কোনা প্রতিযোগিতা, পৰীক্ষা আদিত কোনো মূল্যাঙ্কন, স্থান আদি লাভ কৰা

ഉദാഹരണം : এই খেলত মই প্রথম স্থান লাভ কৰিলোঁ

പര്യായപദങ്ങൾ : লাভ কৰা

അർത്ഥം : সুখ, দুখ আদি সহা কার্য

ഉദാഹരണം : তেওঁ নিজৰ ্কর্মৰ ফল ভুগি আছে

പര്യായപദങ്ങൾ : ভোগা

അർത്ഥം : কোনো প্রকাৰে নিজৰ অধিকাৰলৈ অহা

ഉദാഹരണം : মই ৰামৰ পৰা এশ টকা পালোঁ

പര്യായപദങ്ങൾ : লাভ কৰা

അർത്ഥം : উপল্্ব্ধ হোৱা

ഉദാഹരണം : এই ঔষধি গছজোপা কেৱল হিমালয়তহে পায়

പര്യായപദങ്ങൾ : পোৱা যায়

അർത്ഥം : কোনো পদ, স্থান আদিলৈকে আহি পোৱা

ഉദാഹരണം : নিজৰ কষ্টৰ বলত ্তেওঁ ই্মানখিনিলৈকে পালেহি

അർത്ഥം : কোনো খবৰ ৰখা বা বুজি পোৱাত সমর্থ ্হোৱা

ഉദാഹരണം : অন্ততঃ মই এই সিদ্ধান্তত পালোঁহি

പര്യായപദങ്ങൾ : উপনীত হোৱা

അർത്ഥം : প্রাপ্ত হোৱা বা পোৱা কার্য

ഉദാഹരണം : তেওঁৰ ্ হেৰুৱা বস্তুটো পালেনে নাই মই বহুত ধন লাভ কৰিলো

പര്യായപദങ്ങൾ : প্রাপ্তি ঘটা, লাভ কৰা

അർത്ഥം : পৰি থকা বস্তু উঠোৱা

ഉദാഹരണം : আজি মহাবিদ্যালয়ৰ প্রাংগনত মই এটা ঘড়ী পালো

അർത്ഥം : ভেটা-ভেটি হোৱা বা সাক্ষাৎ হোৱা

ഉദാഹരണം : আজি মই ্ শর্মাৰ ঘৰলৈ গৈছিলো, কিন্তু তেওঁক ্ লগ নাপালো

പര്യായപദങ്ങൾ : ভেটা-ভেটি হোৱা, মুখা-মুখি হোৱা, লগ পোৱা, সাক্ষাৎ লাভ কৰা

അർത്ഥം : কোনোবাই পঠোৱা বা কʼৰবাৰ পৰা অহা কোনো বস্তু প্রাপ্তি

ഉദാഹരണം : তিনি সপ্তাহ আগতেই পঠোৱা চিঠিখন মোৰ ওচৰ এতিয়াও পোৱাহি নাই

പര്യായപദങ്ങൾ : আহি পোৱা, লাভ কৰা

അർത്ഥം : নিজৰ অধিকাৰ সাব্যস্ত কৰা

ഉദാഹരണം : অশোকে কলিংগত জয় লাভ কৰিছিল

പര്യായപദങ്ങൾ : প্রাপ্ত কৰা, লাভ কৰা

അർത്ഥം : এঠাইৰ পৰা আন ঠাইত উপস্থিত হোৱা:সি বজাৰৰ পৰা আহিল ্ তেওঁ ্ এইমাত্র উপস্থিত হʼল

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অহা, আগমন কৰা, উপস্থিত হোৱা

അർത്ഥം : কোনো এক অৱস্থাৰ পৰা অন্য কোনো এক অৱস্থাত উপনীত হোৱা কার্য

ഉദാഹരണം : ৰহীম খুৰা মৃত্যুৰ দুৱাৰদলিত আহি পাইছেহি

പര്യായപദങ്ങൾ : উপনীত হোৱা

അർത്ഥം : কোনো বিষয়ত কাৰোবাৰ সমান সমান কৰা

ഉദാഹരണം : মোৰ দেউতাই মোক পঢ়াই-শুনাই ইয়ালৈকে পোৱালেহি

അർത്ഥം : পায় যোৱা

ഉദാഹരണം : এই কাম কৰি মই অত্যাধিক প্রসন্নতা পালো

പര്യായപദങ്ങൾ : লাভ কৰা

পোৱা   বিশেষণ

അർത്ഥം : চাৰিভাগৰ এক অংশ

ഉദാഹരണം : তেওঁ ্দোকানৰ পৰা এক পোৱা ঘিঁউ কিনিলে

അർത്ഥം : যিটো কোনো প্রকাৰে নিজৰ অধিকাৰলৈ আহিছে বা অনা হৈছে

ഉദാഹരണം : তেওঁ নিজৰ পিতৃৰ দ্বাৰা প্রাপ্ত ধন গৰীবৰ মাজত ভগাই দিলে

പര്യായപദങ്ങൾ : উপার্জিত, প্রাপ্ত, হস্তগত

അർത്ഥം : নিৰ্দিষ্ট স্থানত উপনীত কৰা

ഉദാഹരണം : পোৱা সামগ্ৰীখিনিৰ তালিকা কʼত আছে