അർത്ഥം : জুই আদি লাগি নষ্ট হোৱা বা বেয়া হোৱা
ഉദാഹരണം :
এই কিতাপখনৰ কিছুমান পাত জুয়ে পুৰিলে
പര്യായപദങ്ങൾ : জলা, জ্বলা, জ্বলি যোৱা, পোৰা যোৱা
അർത്ഥം : শৰীৰৰ কোনো অংগ শুকাই যোৱাৰ কাৰণে বিষ অনুভৱ কৰা কার্য
ഉദാഹരണം :
এমাহ ধৰি একেৰাহে ৰʼদত কাম কৰাৰ কাৰণে মোৰ শৰীৰটো পুৰি আছে
പര്യായപദങ്ങൾ : চমচমোৱা
അർത്ഥം : জ্বলন বা পোৰণ অনুভব কৰা
ഉദാഹരണം :
মোৰ ভৰিকেইখন গৰমৰ দিনত বহুত পোৰে