അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ইফাল-সিফাল নকৰাকৈ
ഉദാഹരണം : তেওঁ আপোনাৰ কথা পোনপটীয়াকৈ নকʼলে
അർത്ഥം : বিচলিত নোহোৱাকৈ
ഉദാഹരണം : তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
പര്യായപദങ്ങൾ : চিধাকৈ
അർത്ഥം : মধ্যস্থতা নোহোৱাকৈ
ഉദാഹരണം : মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
പര്യായപദങ്ങൾ : চিধাকৈ, পোনে-পোনে
ഇൻസ്റ്റാൾ ചെയ്യുക