അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য
ഉദാഹരണം : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে
പര്യായപദങ്ങൾ : পূৰোৱা, ভর্তি কৰা, ভৰোৱা
അർത്ഥം : দীঘল বস্তু আদিৰ গুৰি অংশ বা কোনো এটা মূৰ কোনো গাঁতত থিয় কৰা কার্য
ഉദാഹരണം : খেতিয়কে গৰুবোৰ বান্ধিবৰ কাৰণে খুটি পুতি আছে
പര്യായപദങ്ങൾ : পুতি থকা
അർത്ഥം : গাঁত খান্দিলৈ তাত কোনো বস্তু ৰাখি মাটিৰে ঢাকি দিয়া কার্য
ഉദാഹരണം : ইছলাম ধর্মত শৱ ্পোতা হয়
ഇൻസ്റ്റാൾ ചെയ്യുക