അർത്ഥം : ধন, টকা-পইচা আদি ৰাখিব পৰা লোহাৰ সৰু আলমাৰী
ഉദാഹരണം :
তেওঁ নিজৰ টকা-পইচা চন্দুকত ৰাখে
പര്യായപദങ്ങൾ : চন্দুক
അർത്ഥം : দুটা গধুৰ বস্তুৰ মাজত কোনো তৃতীয় বস্তু ভৰাই চেপিলে তাৰ পৰা ৰস ওলোৱা কার্য ্বা শালত চেপি ৰস বা গুটি উলিওৱা
ഉദാഹരണം :
কুঁহিয়াৰৰ ৰস উলিয়াবৰ কাৰণে তাক পেৰা হয়