പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পেলোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পেলোৱা   বিশেষ্য

അർത്ഥം : কোনো বস্তু পেলাই দিয়া কার্য

ഉദാഹരണം : কোনে এই ফলবোৰ পেলালে ?

പര്യായപദങ്ങൾ : অধঃপতন

পেলোৱা   ক্ৰিয়া

അർത്ഥം : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা

ഉദാഹരണം : বান্ধৰ পানী নলাত পেলোৱা হয়

അർത്ഥം : কোনোবা সৰি পৰাত প্রবৃত্ত কৰা

ഉദാഹരണം : তেওঁ ্ঢকা মাৰি মোক পেলালে

പര്യായപദങ്ങൾ : পেলাই দিয়া

അർത്ഥം : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

ഉദാഹരണം : ডাষ্টবিনত জাবৰ পেলোৱা হয়

പര്യായപദങ്ങൾ : দলিওৱা, দলিয়া, নিক্ষেপ কৰা

അർത്ഥം : কোনো অন্যৰ দ্বাৰা পেলা

ഉദാഹരണം : সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে

അർത്ഥം : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া

ഉദാഹരണം : কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে

പര്യായപദങ്ങൾ : পেলাই দিয়া