പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পেপুৱা লগা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পেপুৱা লগা   ক্ৰিয়া

അർത്ഥം : কোনো মানুহে একো কাম কৰিব নোৱাৰাকৈ ভয় খুওৱা কার্য

ഉദാഹരണം : ডকাইতে গাঁওবাসীক বোমা দলিয়াই সন্ত্রাসিত কৰিলে

പര്യായപദങ്ങൾ : আতংকিত কৰা, আতঙ্কিত কৰা, ত্রস্ত কৰা, ত্রাসিত কৰা, ভয়ার্ত ্কৰা, শংকিত কৰা, শঙ্কিত কৰা, সন্ত্রাসিত কৰা

അർത്ഥം : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা

ഉദാഹരണം : গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল

പര്യായപദങ്ങൾ : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, ত্রাসিত হোৱা, থৰহৰি কম্পমান হোৱা, ভীতি-বিহ্বল হোৱা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা