അർത്ഥം : কাৰোবাৰ পূর্বৰ ্বা বহুদিন ধৰি আগবঢ়োৱা সেৱাৰ বাবে তেওঁ ্বা তেওঁৰ পৰিয়ালে লাভ কৰা মাহেকীয়া বা বার্ষিক ভাট্টা
ഉദാഹരണം :
তেওঁ দহ ্হাজাৰ টকা পেন্সন পায়
അർത്ഥം : যাৰ কাৰণে পেন্সন পোৱা যায় বা লাভ কৰে
ഉദാഹരണം :
সকলো কৰ্মচাৰীয়ে পেন্সনৰ সুবিধা লাভ নকৰে
അർത്ഥം : পেন্সন সম্বন্ধীয়
ഉദാഹരണം :
তেওঁ নিজৰ পেন্সনৰ ধন লʼবলৈ বেংকলৈ গৈছে