അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তুৰ মধ্য ভাগ
ഉദാഹരണം : গুল্লীৰ পেটটো মোটা আৰু মূৰ দুটা জোঙা
അർത്ഥം : ভোজন কৰা পদার্থ পেটৰ ভিতৰত একগোট হৈ থকা মোনাৰ দৰে অংশ
ഉദാഹരണം : অধিক মছলাযুক্ত আহাৰ খালে পেটৰ গণ্ডগোল হʼব পাৰে
പര്യായപദങ്ങൾ : আমাশয়, উদৰ
അർത്ഥം : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি
ഉദാഹരണം : মই সাতটা পেটক ভৰাব লাগে
പര്യായപദങ്ങൾ : মুখ
അർത്ഥം : প্রাণীয়ে অনুভব, ইচ্ছা, সংকল্প-বিকল্প সিদ্ধান্ত কৰিব পৰা শক্তি
ഉദാഹരണം : মনৰ চঞ্চলতা দূৰ কৰিব পৰাটো অতি কঠিন কাম
പര്യായപദങ്ങൾ : চিত্ত, মগজু, মন, মানস
അർത്ഥം : শৰীৰৰ বুকুৰ তলৰ অংশ বা ভাগ:তিনি দিন খোৱা-বোৱা নকৰাত তেওঁৰ পেট-পিঠি সমান হৈ আছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উদৰ, গর্ভ, জঠৰ
അർത്ഥം : ফুলি থকা পেটৰ আগবাঢ়ি থকা অংশ
ഉദാഹരണം : নিয়মিত ব্যায়াম কৰিলে পেট নোলায়
പര്യായപദങ്ങൾ : উদৰ
ഇൻസ്റ്റാൾ ചെയ്യുക