അർത്ഥം : পূর্বৰ ্কোনো ঘটনা বা পৰিস্থিতি যাৰ আগত বা সন্মুখত কোনো বিশেষ কথা বা ঘটনা থাকে আৰু যাৰ লগত মিলালে সেই কথা বা ঘটনাৰ ৰূপ স্পষ্ট হয়
ഉദാഹരണം :
এই ঘটনাৰ পৃষ্ঠভূমিও কʼব, তেতিয়াহে আমি কিবা বুজিব পাৰিম
അർത്ഥം : কোনো বস্তুৰ পৃষ্ঠত বা পিছফালে থকা ভূমি বা তল
ഉദാഹരണം :
এই চিত্রখনৰ সেউজীয়া পৃষ্ঠভূমিখনবৰ মনোমোহা হৈছে
പര്യായപദങ്ങൾ : পৃষ্ঠ-ভূমি
അർത്ഥം : কোনো ব্যক্তিৰ পূর্বৰ অনুভৱ, শিক্ষা আদি
ഉദാഹരണം :
এই কামৰ বাবে আপোনাৰ পৃষ্ঠভূমি বৰ মজবুত
അർത്ഥം : অংকিত দৃশ্য, ঘটনা আদিৰ এক আশ্রয় বা আধাৰ
ഉദാഹരണം :
এই চিনেমাখন পাৰিবাৰিক পটভূমিত বনোৱা হৈছে
പര്യായപദങ്ങൾ : পটভূমি, পৃষ্ঠ-ভূমি
അർത്ഥം : মূর্তি অথবা ছবিৰ সকলোতকৈ পিছত থকা অংশ যি অংকিত দৃশ্যৰ ঘটনাৰাজি বোধ্যগম্য হোৱাত সহায়ক হয়
ഉദാഹരണം :
এই চিত্রখনৰ পৃষ্ঠভূমি অতি সুন্দৰ হৈছে
പര്യായപദങ്ങൾ : পশ্চাদপট