അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো এক সমষ্টি বা গোটৰ পৰা বেলেগ কৰা:তেওঁ ্ পাচিটোৰ পৰা ভাল ভাল আম বাছি আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : আঁতৰ্ কৰা, বাছা, বেলেগ কৰা
അർത്ഥം : সময়, সম্বন্ধ, প্রসাৰতা আদিৰ বিচাৰেৰে কোনো বস্তু আঁতৰ ্কৰা
ഉദാഹരണം : আমি নিজৰ মাজৰ মনোমালিন্য আঁতৰোৱা উচিত
പര്യായപദങ്ങൾ : আঁতৰ ্কৰা, আঁতৰোৱা, বেলেগ কৰা
അർത്ഥം : বেলেগ বা পৃথক কৰা
ഉദാഹരണം : সীতাই চাউলত মিহলি হৈ থকা ডালিখিনি বেলেগ কৰি আছে
പര്യായപദങ്ങൾ : বেলেগ কৰা
ഇൻസ്റ്റാൾ ചെയ്യുക