അർത്ഥം : যিটো প্রচলিত নহয়
ഉദാഹരണം :
তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?
പര്യായപദങ്ങൾ : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰণিকলীয়া, প্রচলনহীন
അർത്ഥം : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ
ഉദാഹരണം :
তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে
പര്യായപദങ്ങൾ : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া