പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পুৰাতন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পুৰাতন   বিশেষণ

അർത്ഥം : যিটো বনোৱা বা হোৱাৰ বহুত দিন হৈ গʼল

ഉദാഹരണം : এই সংগ্রহালয়টোত বহুত ধৰণৰ পুৰণি বস্তুৰ সংগ্রহ আছে প্রাচীনকালত ভাৰত বিশ্ব শিক্ষাৰ কেন্দ্র আছিল

പര്യായപദങ്ങൾ : আদিম, পুৰণা, পুৰণি, পুৰাকালীন, প্রাক্-কালীন, প্রাচীন

അർത്ഥം : যিটো প্রচলিত নহয়

ഉദാഹരണം : তুমি সদায় অপ্রচলিত সাজ-পোছাকেই কিয় পিন্ধা ?

പര്യായപദങ്ങൾ : অপ্রচলিত, অব্যৱহৃত, নচলা, পুৰণিকলীয়া, প্রচলনহীন

അർത്ഥം : বর্তম্ান সময়তকৈ আগৰ বা যিটো বহুদিন আগৰ

ഉദാഹരണം : তেওঁ পুৰণি সভ্যতাৰ ওপৰত অধ্যয়ন কৰি আছে

പര്യായപദങ്ങൾ : অতীত, অনেক-কলীয়া, আগৰ কালৰ, আগৰ দিনৰ, গত, পুৰণা, পুৰণি, পুৰণি কালৰ, পুৰণিকলীয়া, পুৰাতনীয়া, পূর্বক্ালীন, পূর্বক্ালৰ, প্রাচীন, প্রাচীন কালৰ, বহুকলীয়া, বহুদিনীয়া, বিগত, যাত, সাতামপুৰুষীয়া