അർത്ഥം : যি পুষ্টি প্রদান কৰে
ഉദാഹരണം :
শ্রমিকসকেল সাধাৰণতে পুষ্টিকৰ আহাৰ খাবলৈ নাপায় শিশুৰ বাবে পুষ্টিকৰ খাদ্য বৰ প্রয়োজন
പര്യായപദങ്ങൾ : পুষ্টিকাৰক, পুষ্টিদায়ক, পুষ্টি্বর্দ্ধক, বলকাৰক, বলবর্দ্ধক, শক্তি্বর্দ্ধক, স্বাস্থ্যবর্দ্ধক, ্ বলদায়ক