അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
ഉദാഹരണം : শিশুৱে পুতলা লৈ খেলি আছে
പര്യായപദങ്ങൾ : পুতলি, পুত্তলিকা
അർത്ഥം : খেলাৰ কাৰণে বনোৱা বস্তু
ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে পুতলাৰে খেলি আছে
പര്യായപദങ്ങൾ : ক্রীড়নক, খেলনা
അർത്ഥം : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
ഉദാഹരണം : দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
പര്യായപദങ്ങൾ : খেলনা
അർത്ഥം : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
ഉദാഹരണം : দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
പര്യായപദങ്ങൾ : পুত্তলিকা
ഇൻസ്റ്റാൾ ചെയ്യുക