അർത്ഥം : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
ഉദാഹരണം :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
പര്യായപദങ്ങൾ : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা
അർത്ഥം : মৰিয়াই কোনো বস্তুক চেপেটা কৰা
ഉദാഹരണം :
কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে