അർത്ഥം : পাৰত লগোৱা
ഉദാഹരണം :
নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
അർത്ഥം : নি্র্বাহ কৰা বা অতিবাহিত কৰা
ഉദാഹരണം :
তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
പര്യായപദങ്ങൾ : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
അർത്ഥം : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
ഉദാഹരണം :
ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
പര്യായപദങ്ങൾ : আগবঢ়োৱা
അർത്ഥം : পাৰ হোৱা বা ব্যতিত হোৱা
ഉദാഹരണം :
মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
പര്യായപദങ്ങൾ : অতিবাহিত কৰা, কটোৱা