അർത്ഥം : বনৰীয়া আৰু ঘৰচীয়া হিচাপে পোৱা যোৱা এবিধ মজলীয়া আকাৰৰ চৰাই, যাক শান্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়:আগৰ দিনত পাৰ চৰাইয়ে বার্তাবাহকৰ কাম কৰিছিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : পাৰ চৰাই
അർത്ഥം : সন্মুখত থকা অন্য ফাল
ഉദാഹരണം :
আন্ধাৰ হোৱাৰ আগতেই আমি জংঘল পাৰ হোৱা উচিত
അർത്ഥം : জলাশয়ৰ সন্মুখৰ বা অন্য কোনো ফালৰ সীমা
ഉദാഹരണം :
নদীৰ পাৰত থিয় হৈ ্তেওঁ নাৱৰ অপেক্ষাত আছে
പര്യായപദങ്ങൾ : তীৰ
അർത്ഥം : পাৰ পোৱা বা পাৰত উপনীত হোৱা কার্য
ഉദാഹരണം :
ৰামদেৱে নদী পাৰ হʼবৰ কাৰণে মাজীৰ পৰা নাওখন বিচাৰিলে