അർത്ഥം : যি পাহাৰীয়া ঠাইত বসবাস কৰে
ഉദാഹരണം :
এক পাহাৰীয়াই গাঁৱে-গাঁৱে ঘূৰি চুৱেটাৰ বেচি আছে
അർത്ഥം : পাহাৰত বা পাহাৰীয়া অঞ্চলত পোৱা
ഉദാഹരണം :
তেওঁ ্পাহাৰীয়া বৃক্ষৰ বিষয়ে তথ্য সংগ্রহ কৰি আছে
അർത്ഥം : পাহাৰ সম্বন্ধীয় বা পাহাৰৰ
ഉദാഹരണം :
তেওঁ ্পাহাৰীয়া ঠাইত বসতি কৰি আছে