അർത്ഥം : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা
ഉദാഹരണം :
তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে
പര്യായപദങ്ങൾ : মানি চলা
അർത്ഥം : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : পালা, পোহ-পাল দিয়া, পোহা
അർത്ഥം : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
ഉദാഹരണം :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
പര്യായപദങ്ങൾ : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা
അർത്ഥം : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা
ഉദാഹരണം :
সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে
പര്യായപദങ്ങൾ : প্রতিপালন কৰা, লালন-পালন কৰা