പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পানী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পানী   বিশেষ্য

അർത്ഥം : পানীৰ দৰে হৈ পৰা পাতল বস্তু

ഉദാഹരണം : ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী

പര്യായപദങ്ങൾ : পনীয়া

അർത്ഥം : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়

ഉദാഹരണം : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী

പര്യായപദങ്ങൾ : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পয়, বাৰি, সলিল

അർത്ഥം : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

ഉദാഹരണം : এই তৰোৱালখনৰ পানী চাবলগীয়া

പര്യായപദങ്ങൾ : ধাৰ

അർത്ഥം : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ

ഉദാഹരണം : তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে