പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পাথৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পাথৰ   বিশেষ্য

അർത്ഥം : শিলৰ টুকুৰা

ഉദാഹരണം : শিলাখণ্ড টানোতে দুজন লোকৰ মৃত্যু হʼল

പര്യായപദങ്ങൾ : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিলগুটি, শিলাখণ্ড, শৈলখণ্ড

അർത്ഥം : সৰু আকাৰৰ শিল

ഉദാഹരണം : পথৰুৱা ৰাষ্টাত খালী ভৰিৰে খোজ কাঢ়িলে শিলগুটিয়ে বিন্ধে

പര്യായപദങ്ങൾ : শিল, শিলগুটি

അർത്ഥം : মুত্রাশয় আদিত পাথৰৰ সৰু-সৰু টুকুৰা জমা হোৱা এবিধ ৰোগ

ഉദാഹരണം : শ্যামে এজন নামী চিকিৎসকৰ সৈতে পাথৰৰ চিকিৎসাৰ কৰিলে

അർത്ഥം : ঘৰ বনোৱা সামগ্রী হিচাপে ব্যৱহাৰ হোৱা নির্দিষ্ট আকাৰৰ শিলাখণ্ড, যি বিশেষ উদ্দেশ্যৰে বনোৱা হয়

ഉദാഹരണം : এই ঘৰটোৰ বেৰবোৰ মার্বলৰ ্ পাথৰেৰে বনোৱা

പര്യായപദങ്ങൾ : প্রস্তৰ, শিল, শিলাখণ্ড

അർത്ഥം : শিল বা অন্য কোনো বস্তুৰ সৰু টুকুৰা:আজিকালি চাউলৰ বেপাৰীয়ে চাউলত শিলগুটি মিলাই বক্রী কৰে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : শিলগুটি

അർത്ഥം : পৃথিৱীৰ উপৰিভাগত ধূলি, বালি আদি গোট খাই টান হোৱা খণ্ড বা পদার্থ:খনিকৰজনে শিলৰ মূর্তি বনাই আছে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অশ্ম, উপল, পাষাণ, প্রস্তৰ, শিল, শিলা, ষ্টোন