അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
ഉദാഹരണം : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
അർത്ഥം : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
ഉദാഹരണം : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
പര്യായപദങ്ങൾ : পীৰা
അർത്ഥം : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা
ഉദാഹരണം : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ
പര്യായപദങ്ങൾ : চিল্ক, ৰেচম, ৰেছম
ഇൻസ്റ്റാൾ ചെയ്യുക