പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পাগল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পাগল   বিশেষ্য

അർത്ഥം : মন আৰু বুদ্ধিয়ে ভাৰসাম্যতা হেৰুওৱা মগজুৰ এক প্রকাৰ ৰোগ:অতিমাত্রা শোকে তেওঁক ্পাগল কৰি তুলিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বাউল, বাতুল

അർത്ഥം : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে

ഉദാഹരണം : ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল

പര്യായപദങ്ങൾ : পাগল ব্যক্তি

পাগল   বিশেষণ

അർത്ഥം : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে

ഉദാഹരണം : বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল

അർത്ഥം : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে

ഉദാഹരണം : ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে

പര്യായപദങ്ങൾ : বাউল

അർത്ഥം : মগজুৰ বিকৃতি ঘটা

ഉദാഹരണം : চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে

പര്യായപദങ്ങൾ : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল