അർത്ഥം : বেমাৰী পশুৰ চিকিৎসা কৰা কার্য
ഉദാഹരണം :
এই গাঁওখনৰ লোকে পশু-চিকিৎসাৰ কাৰণে নিজৰ পোহনীয়া পশুবোৰলৈ চহৰলৈ যাবলগীয়া হয়
പര്യായപദങ്ങൾ : পশুচিকিৎসা
അർത്ഥം : পশু-চিকিৎসাৰ বা পশু-চিকিৎসা সম্বন্ধীয়
ഉദാഹരണം :
পশু-চিকিৎসা বিষয়াই গাওঁ্বাসীক কিছুমান নতুন পশু ৰোগৰ পৰা পশুবোৰক বচোৱাৰ উপায় দিলে
പര്യായപദങ്ങൾ : পশু-চিকিৎসকীয়