അർത്ഥം : গছৰ পাতেৰে সজা জুপুৰী বা পঁ্জা
ഉദാഹരണം :
প্রাচীন কালত মুনি, তপস্বী আদিয়ে বনত পর্ণকুটীৰ সাজি বাস কৰিছিল
പര്യായപദങ്ങൾ : ্পর্ণ্্শালা
അർത്ഥം : ঘাঁহ-খেৰ আদিৰে সজা সৰু ঘৰ
ഉദാഹരണം :
ৰামে গাঁৱৰ বাহিৰত থাকিবৰ কাৰণে এটা পঁ্জা সাজিলে
പര്യായപദങ്ങൾ : কুটীৰ, খুপৰি, খেৰীঘৰ, জুপুৰী, টোকোৰা পঁ্জা, পঁ্জা, বহা, ্পর্ণ্্শালা