അർത്ഥം : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
ഉദാഹരണം :
সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
പര്യായപദങ്ങൾ : পদাতিক সেনা
അർത്ഥം : দাবাখেলত থকা গুটিসমূহৰ মাজৰ আঠটা গুটি বিশিষ্ট সংখ্যা যাৰ মান সকলোতকৈ
ഉദാഹരണം :
দাবাখেলত পদাতিক সৈন্য সদায় পোনে পোনে তথা বেঁ্কাকৈ যায়
അർത്ഥം : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
ഉദാഹരണം :
প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
പര്യായപദങ്ങൾ : পদাতি, পদাতিক সেনা