അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান
ഉദാഹരണം : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে
പര്യായപദങ്ങൾ : স্থান
അർത്ഥം : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
ഉദാഹരണം : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
പര്യായപദങ്ങൾ : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি
അർത്ഥം : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা
ഉദാഹരണം : কবিতা ৰচনা কৰা লোকক কবি বোলে
പര്യായപദങ്ങൾ : কবিতা, কাব্য, পদ্য
അർത്ഥം : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ
ഉദാഹരണം : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়
അർത്ഥം : গোৱা কার্য ্বা ভাব
ഉദാഹരണം : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
പര്യായപദങ്ങൾ : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত
അർത്ഥം : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
ഉദാഹരണം : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
പര്യായപദങ്ങൾ : চৰণ, পাদ, পাৱ, ভৰি
ഇൻസ്റ്റാൾ ചെയ്യുക