അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : দীঘল আৰু বহল সমতল ভূমি
ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
പര്യായപദങ്ങൾ : ক্ষেত্র, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান
അർത്ഥം : শস্য উৎপাদন কৰিবলৈ খেতিৰ চাৰিওফালে জেওৰা আদিৰে ঘেৰি দিয়া ঠাই
ഉദാഹരണം : এই খেতিপথাৰখন যথেষ্ট সাৰুৱা
പര്യായപദങ്ങൾ : খেতি পথাৰ, খেতি মাটি, খেতি-পথাৰ, খেতিপথাৰ, ভূঁই, শস্যক্ষেত্র
ഇൻസ്റ്റാൾ ചെയ്യുക