അർത്ഥം : যিজনে পথপ্রদর্শন ্কৰায়
ഉദാഹരണം :
এজন সচা পথপ্রদর্শকে পথভ্রষ্ট লোকসকলক শুদ্ধ পথলৈ আনেআমাৰ গুৰু এজন শুদ্ধ দিগ্্দর্শক
പര്യായപദങ്ങൾ : দিগ্্দর্শক
അർത്ഥം : যিজনে ৰাষ্টা দেখুৱায় দিয়ে
ഉദാഹരണം :
এজন ভাল পথপ্রদর্শকৰ নেতৃত্বত আমি আগবাঢ়িছিলোঁ
പര്യായപദങ്ങൾ : দিগ্্দর্শক, ্মার্গদর্শক
അർത്ഥം : পথ প্রশস্ত কৰা লোক
ഉദാഹരണം :
আজিকালি সমাজত ভাল পথ প্রদর্শক কমি যোৱা কাৰণে যুৱপ্রজন্ম বিপথে পৰিচালিত হৈছে
പര്യായപദങ്ങൾ : দিশ নি্র্ণ্ায়ক, পথ প্রদর্শক, মার্গ প্রদর্শক, ্ মার্গ দর্শক