പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള পত্র എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

পত্র   বিশেষ্য

അർത്ഥം : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ

ഉദാഹരണം : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে

പര്യായപദങ്ങൾ : খত, চিঠি, চিঠি-পত্র, পত্রিকা

അർത്ഥം : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

ഉദാഹരണം : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

പര്യായപദങ്ങൾ : দল, পর্ণ, পাত

അർത്ഥം : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে

ഉദാഹരണം : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল

പര്യായപദങ്ങൾ : পত্রিকা

അർത്ഥം : কাগজৰ সমান পাতল ধাতুৰ পাত

ഉദാഹരണം : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে

പര്യായപദങ്ങൾ : পাত